About Us Services Blog Contact Us Learn

Financial Accounting Question Paper 2024 | B.com 1st Sem | Gauhati University

Welcome, B.Com 1st Semester students of Gauhati University! Get ready for your upcoming exams with the official Financial Accounting Question Paper from 2024. This essential resource is your key to mastering the syllabus and acing your first semester.

This post contains the complete question paper for Financial Accounting (Paper: BCM0100204), helping you familiarize yourself with the latest exam format. Practicing with this paper will give you a clear understanding of the question distribution, important chapters, and how to complete the exam within the 2½-hour time limit for 60 full marks. Enhance your preparation, identify crucial topics, and score higher by engaging with the 2024 Financial Accounting paper. Explore the full question paper below to begin your journey to a great result.

2024

COMMERCE

1 (Sem-1) BCM 2

Paper: BCM0100204

(Financial Accounting)

Full Marks: 60

Time: 2½ hours

The figures in the margin indicate full marks for the questions.

Answer either in English or in Assamese.

1. Answer the following questions as directed : (1 × 8 = 8)

নিৰ্দেশানুসৰি তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখাঃ

(a) IFRSs are intended to _______________ accounting practices all over the world. (Fill up the blank with appropriate word/words)

IFRS বোৰৰ উদ্দেশ্য হৈছে হিচাপকৰণৰ অনুশীলনবোৰক বিশ্বব্যাপী _______________ কৰা। (উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা)

(b) Matching concept is based on _______________ basis of accounting. (Fill up the blank with appropriate word/words)

মিলকৰণৰ ধাৰণা হিচাপকৰণৰ _______________ ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত। (উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা)

(c) A Trading Account is prepared to find out _______________ profit. (Fill up the blank with appropriate word/words)

এটা ক্রয়-বিক্রয় হিচাপ প্ৰস্তুত কৰা হয় _______________ লাভ নিৰ্ধাৰণ কৰাৰ বাবে। (উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা)

(d) Debit balance of Profit and Loss Account shows net profit. (State whether this statement is True or False)

লাভ-লোকচান হিচাপৰ ডেবিট উদ্বৃত্তই প্রকৃত লাভ দেখুৱায়। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

(e) Under instalment system, ownership of the goods passes to buyer only after the payment of the last instalment. (State whether this statement is True or False)

কিস্তি ক্রয় পদ্ধতিত, বস্তুৰ মালিকানা শেষ কিস্তি আদায় দিয়াৰ পিছতহে ক্রেতালৈ হস্তান্তৰিত হয়। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

(f) Under synthetic system, stock-in-transit is shown on the credit side of the Branch Account. (State whether this statement is True or False)

সিন্থেটিক পদ্ধতিত, পৰিবহণৰত সামগ্ৰী শাখা হিচাপৰ ক্রেডিটৰ ফালে দেখুওৱা হয়। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

(g) The full form of C.P.U. is _______________. (Fill up the blank with appropriate word/words)

C.P.U.-ৰ পূৰ্ণ ৰূপ হ'ল _______________। (উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা)

(h) Computerized accounting systems can significantly reduce the likelihood of human errors in calculations and data entry. (State whether this statement is True or False)

কম্পিউটাৰকৃত হিচাপকৰণ পদ্ধতিয়ে তথ্যৰ গণনা আৰু নথিভুক্তিকৰণত থকা মানবীয় ভুলভ্রান্তিৰ সম্ভাৱনা উল্লেখযোগ্যভাৱে হ্রাস কৰে। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

2. Answer in brief any six questions : (2 × 6 = 12)

যিকোনো ছয়টা প্ৰশ্নৰ চমুকৈ উত্তৰ লিখা:

(a) Define Accounting Standard.

হিচাপৰ মানকৰ সংজ্ঞা লিখা।

(b) Very briefly explain any two objectives of IFRS.

IFRS-ৰ যিকোনো দুটা উদ্দেশ্য অতি চমুকৈ ব্যাখ্যা কৰা।

(c) What do you mean by money measurement concept?

মৌদ্রিক পৰিমাপৰ ধাৰণা বুলিলে কি বুজা?

(d) What is capital receipt?

মূলধনী প্রাপ্তি কি হয়?

(e) What is Balance Sheet?

উদ্বৃত্ত পত্র কি হয়?

(f) Mention any two objectives of preparing a Trading Account.

ক্রয়-বিক্রয় হিচাপ প্রস্তুত কৰাৰ যিকোনো দুটা উদ্দেশ্য উল্লেখ কৰা।

(g) Mention any two disadvantages of hire purchase system.

ভাড়া-ক্রয় পদ্ধতিৰ যিকোনো দুটা অসুবিধা উল্লেখ কৰা।

(h) Very briefly explain any two objectives of Branch Accounting.

শাখা-হিচাপৰ যিকোনো দুটা উদ্দেশ্য অতি চমুকৈ ব্যাখ্যা কৰা।

(i) Very briefly explain any two advantages of Computerized Accounting.

কম্পিউটাৰকৃত হিচাপকৰণৰ যিকোনো দুটা সুবিধা অতি চমুকৈ ব্যাখ্যা কৰা।

(j) Mention any two key features of Tally 9.

Tally 9-ৰ যিকোনো দুটা মুখ্য বৈশিষ্ট্য উল্লেখ কৰা।

3. Answer any four questions in short : (5 × 4 = 20)

যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ চমুকৈ লিখাঃ

(a) Briefly explain any five points of distinction between cash basis and accrual basis of Accounting.

হিচাপকৰণৰ নগদ ভিত্তি আৰু সঞ্চিত ভিত্তিৰ মাজত থকা যিকোনো পাঁচটা পার্থক্য চমুকৈ ব্যাখ্যা কৰা।

(b) Briefly explain any five key principles of revenue recognition as per Accounting Standard 9.

হিচাপৰ মানক-9 অনুসৰি ৰাজহ স্বীকৃতিৰ যিকোনো পাঁচটা মুখ্য নীতি চমুকৈ ব্যাখ্যা কৰা।

(c) Explain any five distinctions between capital expenditure and revenue Expenditure.

ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ৰ মাজত থকা যিকোনো পাঁচটা পার্থক্য ব্যাখ্যা কৰা।

(d) Write a comprehensive note on inventory valuation and its significance.

মজুত পণ্য মূল্যায়ন আৰু তাৰ তাৎপৰ্য্যৰ ওপৰত এটা বিস্তৃত টোকা লিখা।

(e) From the following particulars, prepare a Trading Account and ascertain the gross profit for the year ended on 31st March, 2024:

তলত দিয়া বিবৰণৰ পৰা এটা ক্রয়-বিক্রয় হিচাপ প্রস্তুত কৰা আৰু 31 মার্চ, 2024 তাৰিখত অন্তপৰা বছৰটোৰ লাভ নিৰ্ধাৰণ কৰা :

Particulars (বিবৰণ)

Amount (Rs.) (টকা)

Purchases / ক্রয়

55,000

Sales / বিক্রয়

96,000

Carriage Inward / ক্ৰয় পৰিবহণ খৰচ

5,000

Carriage Outward / বিক্রয় পৰিবহণ খৰচ

6,000

Freight / ভাড়া

16,000

Dock Duty / ডক ডিউটি

1,000

Wages / মজুৰী

6,000

Returns Inwards / বিক্রয় ফিৰৎ

4,000

Returns Outwards / ক্ৰয় ফিৰৎ

2,000

Packing Charges / প্যাকিংৰ -খৰচ

3,000

Closing Stock / সামৰণী মজুতপণ্য

16,000

Trade Expenses / ব্যাৱসায়ীক খৰচ

2,300

(f) Briefly describe any of the five key users of Financial Accounting Information.

বিত্তীয় হিচাপকৰণ তথ্যৰ যিকোনো পাঁচটা মুখ্য ব্যবহাৰকাৰীৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

(g) On 1st January, 2024, Bharat Ltd. opened a Branch at Kolkata. From the following particulars, pass the necessary Journal entries in the books of Head Office:

1 জানুৱাৰী, 2024 তাৰিখে ভাৰত লিমিটেডে কলকাতাত এটা শাখা আৰম্ভ কৰে। তলৰ বিবৰণৰ পৰা মুখ্য কাৰ্য্যালয়ৰ বহীত আৱশ্যকীয় জাবেদা প্রবিষ্টি দিয়া:

Particulars (বিবৰণ)

Amount (Rs.) (টকা)

Goods sent to Branch / শাখালৈ প্রেৰিত সামগ্ৰী

35,000

Cash sent to Branch for expenses / খৰচৰ বাবে শাখালৈ প্রেৰিত নগদ ধন

6,000

Cash Sales at Branch / শাখাত নগদ বিক্রয়

48,000

Stock at Branch on 31st December, 2024 / 31 ডিচেম্বৰ, 2024 তাৰিখে শাখাত মজুত পণ্য

30,000

(h) Briefly explain any five distinctions between manual accounting and computerized accounting.

হস্তলিখিত হিচাপকৰণ আৰু কম্পিউটাৰকৃত হিচাপকৰণৰ মাজত থকা যিকোনো পাঁচটা পার্থক্য চমুকৈ ব্যাখ্যা কৰা।

4. Answer any two questions : (10 × 2 = 20)

যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা:

(a) Following is the Trial Balance of Sadhu and Madhu as on 31st March, 2024:

31 মার্চ, 2024 তাৰিখে, Sadhu আৰু Madhu-ৰ উদ্বৃত্ত মিলনপত্ৰখন তলত দিয়া হ'ল:

Debit

Amount (Rs.)

Credit

Amount (Rs.)

Plant and Machinery / কলকব্জা আৰু যন্ত্রপাতি

40,000

Capital Account: / মূলধন হিচাপ:




Sadhu

80,000



Madhu

40,000



Total

1,20,000

Salaries (দৰমহা)

15,000

Trading Account (ক্রয়-বিক্রয় হিচাপ) (Gross Profit) (মুঠ লাভ)

94,310

ESI Contribution (ইএআই অবদান)

800

Creditors (পাওনাদার)

32,940

Freight on Sales (বিক্ৰিৰ বাবে ভাড়া)

3,000

Bank Loan (বেংক ঋণ)

21,000

Building (ভবন)

54,000

Sundry Receipts (বিবিধ প্রাপ্তি)

300

Goodwill (সুনাম)

15,000

Bills Payable (প্রদেয় বিল)

14,000

Computer (কম্পিউটাৰ)

10,000

Reserve Fund (সঞ্চিত পুঁজি)

1,000

Sundry Debtors (বিবিধ দেনাদাৰ)

48,200

Sale of Scrap (বর্জিতাংশৰ বিক্রি)

200

Bad debt / অনুদ্ধাৰণীয় ঋণ

1,400

Bad debt Recovered / অনুদ্ধাৰণীয় ঋণৰ পুনৰ প্ৰাপ্তি

500

Cash at Bank (বেংকত নগদ ধন)

1,200



Furniture (আচবাব)

10,000



Bills Receivable (পাবলগীয়া বিল)

30,000



Fixed Deposit (স্থায়ী আমানত)

15,000



Cash in Hand (হাতত থকা নগদ ধন)

650



Drawings: (আহৰণ:)




Sadhu

12,000



Madhu

8,000



Closing Stock (সামৰণী মজুত পণ্য)

20,000



Total

2,84,250

Total

2,84,250

Prepare Profit and Loss Account and Profit and Loss Appropriation Account for the year ended on 31st March, 2024 and a Balance Sheet as on that date after taking into consideration the following adjustments :

31 মার্চ, 2024 তাৰিখত অন্তপৰা বছৰটোৰ বাবে লাভ-লোকচান হিচাপ আৰু লাভ-লোকচান উপযোজন হিচাপ আৰু উক্ত তাৰিখে এটা উদ্বৃত্তপত্ৰ প্ৰস্তুত কৰা :

অন্যান্য তথ্য:

(i) Partners are entitled to get Interest on Capital @ 5% p.a.

অংশীদাৰসকলে মূলধনৰ ওপৰত বছৰি 5% হাৰে সুত পাব।

(ii) Depreciate Machinery @ 10% p.a.

যন্ত্রপাতিৰ অবক্ষয় বছৰি 10% হাৰে ধাৰ্য্য কৰা হৈছে।

(iii) Transfer 10% of Net Profit to Reserve Fund.

প্রকৃত লাভৰ 10% সঞ্চিত পুঁজিলৈ স্থানান্তৰ কৰিব লাগে।

(b) Asomi Industries has a branch at Itanagar. The branch sells goods both in cash and on credit. From the following particulars, prepare a Branch Account and Goods sent to Branch Account in the books of Head Office for the year ended on 31st March, 2024:

অসমী ইণ্ডাষ্ট্রিজৰ ইটানগৰত এটা শাখা আছে। শাখাই নগদ আৰু বাকী দুই পদ্ধতিতেই বস্তু বিক্রয় কৰে। তলত দিয়া বিবৰণৰ পৰা, এটা শাখা হিচাপ আৰু শাখালৈ প্রেৰিত বস্তু হিচাপ মুখ্য কাৰ্য্যালয়ৰ বহীত 31 মার্চ, 2024 তাৰিখত অন্তঃপৰা বছৰটোৰ বাবে প্ৰস্তুত কৰা:

Particulars (বিবৰণ)

Amount (Rs.) (টকা)

Balance of Stock on 1st April, 2023 / 1 এপ্রিল, 2023 তাৰিখে মজুত পণ্য

30,000

Balance of Debtors on 1st April, 2023 / 1 এপ্রিল, 2023 তাৰিখে দেনাদাৰ

12,000

Balance of Petty Cash on 1st April, 2023 / 1 এপ্রিল, 2023 তাৰিখে খুচুৰা নগদ

200

Goods sent to Branch during the year / বছৰটোৰ ভিতৰত শাখালৈ প্ৰেৰিত বস্তুৰ মূল্য

60,000

Goods returned to Head Office by Branch / শাখাৰ দ্বাৰা মুখ্য কাৰ্য্যালয়লৈ ফিৰৎ দিয়া বস্তু

1,000

Cash Sales at Branch / শাখাত নগদ বিক্রয়

40,000

Credit Sales at Branch / শাখাত বাকী বিক্রয়

55,000

Sales Returns at Branch / শাখালৈ বিক্রয় ফিৰৎ

300

Bad debts written off / অনুদ্ধাৰণীয় ঋণ

400

Discount allowed / বাট্টা দিয়া হ'ল

200

Cash sent to Branch for: Salaries: Rs. 2,000, Rent: Rs. 1,000, Petty Cash: Rs. 2,000 / শাখালৈ নগদ ধন প্ৰেৰণ: দৰমহা : Rs. 2,000, ভাড়া: Rs. 1,000, খুচুৰা নগদ: Rs. 2,000

5,000

Petty Expenses paid by Branch / শাখাৰ খুচুৰা খৰচ

1,800

Cash collected from Branch Debtors / শাখাৰ দেনাদাৰৰ পৰা সংগ্ৰহ কৰা নগদ ধন

70,000

Balance of Stock on 31st March, 2024 / 31 মার্চ, 2024 তাৰিখে মজুত পণ্য

25,000

(c) Delhi Transport Company purchased a car on 1st April, 2020 on hire purchase basis. The cash price of the car was Rs. 1,12,000 out of which Rs. 30,000 was paid on signing the agreement and Rs. 30,000 was paid annually for three years. Interest was charged @ 5% p.a. and depreciation was written of @ 20% p.a. on reducing balance method. Prepare the necessary Ledger Accounts in the books of the Delhi Transport Company for three years.

দিল্লী ট্রান্সপোর্ট কোম্পানীয়ে 1 এপ্রিল, 2020 তাৰিখে ভাড়া ক্রয় পদ্ধতিত এটা গাড়ি কিনিলে। গাড়িখনৰ নগদ মূল্য আছিল 1,12,000 টকা। চুক্তিকৰাৰ লগে লগে 30,000 টকা আৰু প্ৰতি বছৰ 30,000 টকাকৈ তিনিটা কিস্তিত সম্পূৰ্ণ ঋণ পৰিশোধ কৰা হৈছিল। বছৰি 5% হাৰে সুত ধাৰ্য্য কৰা হৈছিল আৰু ক্রমহ্রাসমান পদ্ধতিত বছৰি 20% হাৰে অবক্ষয় ধাৰ্য্য কৰা হৈছিল। দিল্লী ট্রান্সপোর্ট কোম্পানীৰ বহীত আবশ্যকীয় খতিয়ান হিচাপবোৰ তিনি বছৰৰ বাবে প্ৰস্তুত কৰা।

(d) Guwahati Constructions Ltd. purchased a plant from Mumbai Machinery Ltd. on instalment system on 1st April, 2019 paying Cash Rs. 10,000 and agreeing to pay three further instalments of Rs. 10,000 each on 31st March each year. The cash price of the plant is Rs. 37,250. Interest is charged @ 5% p.a. Guwahati Constructions Ltd. writes off depreciation @ 10% p.a. on written down value method. Pass necessary Journal entries in the books of Guwahati Constructions Ltd. for three years.

গুৱাহাটী কন্সট্রাকশন্ লিমিটেডে 1 এপ্রিল, 2019 তাৰিখে মুম্বাই মেচিনাৰী লিমিটেডৰ পৰা কিস্তি ক্রয় পদ্ধতিত কলকব্জা ক্ৰয় কৰিছিল। ক্ৰয় কৰাৰ সময়ত 10,000 টকা আদায় দিয়া হৈছিল; আৰু প্ৰতিবছৰ 31 মার্চ তাৰিখে 10,000 টকাকৈ আৰু তিনিটা কিস্তিত আদায় দিয়া হৈছিল। কলকব্জাৰ নগদ দাম আছিল 37,250 টকা, বছৰি 5% হাৰে সুত ধাৰ্য্য কৰা হৈছিল আৰু ক্রমহ্রাসমান পদ্ধতিত বছৰি 10% হাৰে অবক্ষয় কৰ্তন কৰা হৈছিল। গুৱাহাটী কন্সট্রাকশন্ লিমিটেডৰ বহীত তিনি বছৰ বাবে আবশ্যকীয় জাবেদা প্রবিষ্টি দিয়া।

(e) Briefly describe various types of Accounting packages.

বিভিন্ন প্ৰকাৰৰ হিচাপকৰণ প্যাকেজ চমুকৈ ব্যাখ্যা কৰা।

***

Recent Posts

No comments:

Post a Comment